From HSLC stars to HS success—the 2024 toppers featured in our ‘Dapoon’ series have reached new heights in the 2026 Higher Secondary results.

Verified Author
Established in 1999, Assam School Of Education is an Educational Institution based in assam working in the field of Ed Tech & Book Publication.

মেধাবী ছাত্ৰ- ছাত্ৰী,শিক্ষক -শিক্ষয়িত্ৰী,অভিভাবক -অভিভাবিকা,আৰু মোৰ সহযোগী সকলৰ পৰিশ্রমৰ অন্তত নৱম,দশম , আৰু দ্বাদশ শ্ৰেণীৰ দাপোণ পৰিপূৰীকা প্ৰকাশ কৰিবলৈ সক্ষম হলো।২০২৪ চনত দাপোণৰ পৃষ্ঠা অলংকৃত কৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ‍্যমিকতো সুনাম কৰি সকলোকে আনন্দিত কৰিছে।তেওঁলোকৰ মাজৰ দুজনমানক আপোনালোকৰ আগত পৰিচয় কৰি দিলো । ২০২৪ চনৰ HSLC পৰীক্ষাত দিব‍্যপ্ৰিয়ম চহৰীয়াই অসমৰ ভিতৰত গণিতত একমাত্ৰ তেৱেই সব্বোচ্চ নম্বৰ (১০০)পাবলৈ সক্ষম হৈছিল। অসমীয়াতো মৃন্ময় ডেকাই (১০০), অংকুৰাজ দাসে সমাজ বিজ্ঞানত (১০০) নম্বৰ পাইছিল।তেওঁলোকে All India Entrance পৰীক্ষাৰ বাবে অধ‍্যয়ন কৰি আছে।
আপোনালোক সকলোৱে তেওঁলোকক আশীৰ্বাদ কৰিব

Previously they were featured on our book “Dapoon How We Answered” published in the year 2024.

– written by Mohsina Begum ( Member of Assam School of Education )

Have a Story, Guide, or Perspective to Share?

We publish original articles and guides on education, technology, and study strategies. Whether you are a teacher, student, or passionate writer, get your voice heard and feature your byline on Inkwell.

Inkwell by the Assam School of Education is a dynamic online blog and digital platform where educators, scholars, and students share knowledge-driven insights, research articles, and educational content.

Lets Get
to know you Better!